Thursday, May 21, 2026
HomeIndiaInstagram ৰীলেই হ'ল কাল

Instagram ৰীলেই হ’ল কাল

সৰ্বত্ৰে চৰ্চা পিতৃৰ গুলিত মৃত্যু খেলুৱৈ কন্যা৷ এটা দুটা নহয়।৫ টাকৈ গুলীয়ে থকাসৰকা কৰিলে নিজ কন্যাৰ দেহ৷এই শিহৰণকাৰী ঘটনাই জোকাৰিছে সমগ্ৰ দেশ৷ Instagram ৰীলেই কাল হল হাৰিয়ানা গুৰুগ্ৰামৰ ২৫ বছৰীয়া টেনিছ খেলুৱৈ ৰাধিকা যাদৱৰ ৷ঘৰৰ মানুহৰ বাবে খাদ্য বনাই থকা অৱস্থাত দেউতাক দীপক যাদৱে পিছফালৰ পৰা ৫ জাইকৈ গুলী চলাই ৰাধিকাৰ দেহত ।৩ জাই গুলী গাত লগাৰ ফলত লগে লগে মৃত্যু হয় ৰাধিকাৰ ।

ইয়াৰ কাৰণ -দিনে নিশাই Instagram চলাই থকা দেখি অতিষ্ঠ হৈ এনে কাম কৰিলে পিতৃয়ে বুলিও জানিব পৰা গৈছে ।

আন এক সূত্ৰ মতে Instagram চলাই ৰাধিকাই লাভ কৰা টকাৰে চলি থকা বুলি বাপেকক কাষৰ মানুহে ঠাট্টা কৰাৰ পিছতেই এনে ঘটনা সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে ।।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments