Thursday, May 21, 2026
HomeAssamRepublic Ne Update: ধৰ্ষণকাৰী পিতৃ। মানকাচৰৰ ৫৫ বছৰীয়া পিতৃৰ হাতত ধৰ্ষিতা ১২...

Republic Ne Update: ধৰ্ষণকাৰী পিতৃ। মানকাচৰৰ ৫৫ বছৰীয়া পিতৃৰ হাতত ধৰ্ষিতা ১২ বছৰীয়া জীয়েক

ৰিপাব্লিক এন ই , ২৪ মাৰ্চ: ৰাজ্যত সংঘটিত পুনৰ এক লজ্জ্বানত ঘটনা। আন লম্পদৰ হাতত নহয় খোদ পিতৃৰ যৌন কামনাৰ বলি হ’ল দুৰ্ভগীয়া ছোৱালী। মানকাচৰৰ নিলোখীয়া চৰত ৫৫ বছৰীয়া লম্পট পিতৃৰ ধৰ্ষণৰ বলি ১২ বছৰীয়া জীয়েক।৮ মাৰ্চত ঘৰত কোনো নাথকাৰ সুযোগ লৈ ঘৰৰ ভিতৰত দৰ্জা বন্ধ কৰি নিজৰ জীয়েকক ধৰ্ষণ কৰে।হুৰমুজ আলী নামৰ নামৰ লম্পট পিতৃয়ে এই জঘন্য কাণ্ড সংঘটিত কৰিছে।হুৰমুজৰ তৃতীয় পত্নীৰ দ্বিতীয় জীয়েক ভুক্তভুগী ১২ বছৰীয়া কিশোৰী গৰাকী।মাতৃয়ে নিজে ধৰ্ষণ কৰা অৱস্থাত দেখা পাই সুখচৰ থানাত দাখিল কৰিছে এজাহাৰ।তেতিয়াৰ পৰা পলাতক অৱস্থাত আছিল হুৰমুজ।আজি গৌৰীপূৰৰ পৰা সুখচৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে হুৰুমুজক সুখচৰ থানাৰ উপ পৰিদৰ্শক আব্দুছ ছবুৰ শেখৰ নেতৃত্বত আৰক্ষীয়ে হুৰমুজক কৰায়ত্ব কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments