Monday, July 27, 2026
HomeAssamRepublic Ne Update : দুই সপ্তাহ ধৰি সন্ধানহীন তুলসীবিলৰ ৭০ বছৰীয়া...

Republic Ne Update : দুই সপ্তাহ ধৰি সন্ধানহীন তুলসীবিলৰ ৭০ বছৰীয়া বৃদ্ধা…

বিগত দুই সপ্তাহ ধৰি সন্ধানহীন তুলসীবিল খলসানী গাঁওৰ ৭০ বছৰীয়া বৃদ্ধা মহিলা। প্ৰাপ্ত তথ্য অনুসৰি মানসিক ভাৱে বিকাৰগ্ৰস্থ আছিল মহিলাগৰাকী। বৃদ্ধা মহিলাগৰাকীৰ নাম দুলাময়ী সৰকাৰ ( ৭০) গাঁও – তুলসীবিল খলসানী গাঁও। পৰিয়ালৰ লোকে প্ৰতিদিনাই আত্তিয় সজনৰ লগতে গাঁৱে,চহৰে বিচাৰি সন্ধান পোৱা নাই বৃদ্ধা মহিলাগৰাকীৰ। ইতিমধ্যে নিৰুদ্দেশ সন্ধভত পৰিয়ালৰ ফালৰ পৰা এজাৰ দিয়া আছে। পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত বিনম্ৰ ভাৱে অনুৰোধ কৰে যদি কোনো সদাসয় ব্যক্তিয়ে বৃদ্ধা মহিলাগৰাকীৰ অনুসন্ধান লাভ কৰে নিকটৱৰ্তী আৰক্ষী থানা অথবা ৮৮২২৪১২৬৩৯/ ৯৬১৩৪৫৯১২ পৰিয়ালৰ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে লগতে অনুসন্ধান দিয়া ব্যক্তিজনক নগদ দহ হাজাৰ টকা পুৰস্কাৰ দিয়া হ’ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments